Home synonyms in Assamese: আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা ঘৰৰ সমাৰ্থক শব্দ বা প্ৰতিশব্দৰ বিষয়ে অসমীয়া ভাষাত সম্পূৰ্ণ জ্ঞান। সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।
| Topic | Assamese Synonyms (প্ৰতিশব্দ) |
| Subject | Assamese Grammar (অসমীয়া ব্যাকৰণ) |
| Download file | PDF format |
| Website | https://assamese.blog/ |
Home synonyms in Assamese | ঘৰৰ প্ৰতিশব্দ
- ঘৰ
- আবাস
- আলয়
- নিলয়
- ভৱন
- গৃহ আদি।
Tags: Home Synonyms in Assamese, ঘৰ ৰ প্ৰতিশব্দ, home Synonyms, ঘৰ ৰ সমাৰ্থক শব্দ, Home Synonyms list in Assamese, All synonyms of the home in the Assamese language, House Synonyms in Assamese.
Description: In this post, you get the Synonyms of home in Assamese. ঘৰ ৰ সমাৰ্থক শব্দ, Assamese grammar home Synonyms list, ঘৰ ৰ প্ৰতিশব্দ.
প্ৰতিশব্দ কি?
কোনো শব্দৰ সলনি ব্যৱহাৰ কৰিব পৰা সেই শব্দৰ সমাৰ্থক অন্য শব্দকে প্ৰতিশব্দ বোলে। একেটা শব্দৰে কেবাটাও প্ৰতিশব্দ থাকিব পাৰে। উদাহৰণ স্বৰূপে – ঘৰ: আবাস, আলয়, গৃহ, ভৱন, নিবাস।
More Related Assamese Synonyms
| Note: Find out NCERT class 8 – 12 (Science & Mathematics) solutions free PDF notes for Assamese medium students, do visit our NCERT Solution section.
উপসংহাৰ
এইখিনিতে আজিৰ ব্লগ পষ্টটো সমৰিলো। আশা কৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো (Assamese.blog) ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।