HomeEducationSolutionsHow to write an application to the headmaster asking for leave in...

How to write an application to the headmaster asking for leave in Assamese?

Assamese Application: আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা কেনেকৈ বিদ্য়ালয়ৰ প্ৰধান শিক্ষকলৈ ছুটীৰ বাবে আবেদন লিখা হয়। সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।

How to write an application to the headmaster asking for leave in Assamese?

হয়, আজিৰ এই post ত আমি এইটোৱেই শিকিবলৈ গৈ আছো যে কেনেকৈ বিদ্য়ালয়ৰ প্ৰধান শিক্ষকলৈ ছুটীৰ বাবে আবেদন লিখা হয়। যদি তুমি তোমাৰ বিদ্য়ালয়ৰ প্ৰধান শিক্ষকলৈ ছুটীৰ বাবে আবেদন লিখিব বিচাৰিচা তেন্তে এই post টোৱে তোমাক সহায় কৰিব।

তলত এখন বিদ্য়ালয়ৰ প্ৰধান শিক্ষকলৈ ছুটীৰ বাবে আবেদন লিখা আবেদনৰ আৰ্হি দিয়া হৈছে –

————————–

প্ৰতি,

মাননীয় প্ৰধান শিক্ষক মহোদয় ——————— উচ্চ মাধ্য়মিক বিদ্য়ালয়

————– শ্ৰেণীৰ শ্ৰেণী-শিক্ষক মহোদয়ৰ জৰিয়তে

তাৰিখ ——————

বিষয় – অনুপস্থিৰ বাবে ছুটীৰ প্ৰাৰ্থনা

মহাশয়,

বিনীত নিবেদন এই যে যোৱা —————– মাহৰ —————— তাৰিখৰ পৰা ——————–তাৰিখলৈ ————– দিন ধৰি মই ————– ৰোগত আক্ৰান্ত হৈ বিদ্য়ালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ।

সেইবাবে অনুগ্ৰহ কৰি অনুপস্থিতিৰ সেই দিনকেইটাৰ বাবে মহাশয়ে ছুটী মঞ্জুৰ কৰি বাধিত কৰে যেন। ইতি

বিনীত

আপোনাৰ একান্ত বাধ্য় ছাএ/ছাত্ৰী

শ্ৰী —————————–

শ্ৰেণী ———

ৰোল নং —

————————–

উপসংহাৰ

এইখিনিতে আজিৰ ব্লগ পষ্টটো সমৰিলো। আশা কৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো (Assamese.blog) ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related Articles