Question: Who is the Author of Maharathi Assamese Book?
(B) Homen Borgohain
(C) Chandra Prasad Saikia
(D) Nabakanta Barua
Correct Answer: (C) Chandra Prasad Saikia
Who is the Author of Maharathi Assamese Book?
The Book Maharathi was written by Chandra Prasad Saikia in 1992. The novel Maharatthi is based on the life of Karna, a great character of Mahabharata.
চন্দ্ৰ প্ৰসাদ শইকীয়া অসমীয়া সাহিত্য়িক আৰু সাংবাদিক আছিল। চন্দ্ৰ প্ৰসাদ শইকীয়াৰ জন্ম ১৯২৭ চনৰ ৮ জুলাইত আমগুৰিত। তেওঁ অসম বাতৰি নতুন দৈনিক প্ৰকাশ তথা গৰীয়সী আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
মহাৰথী উপন্য়াসৰ বাবে ১৯৯৫ চনত চন্দ্ৰ প্ৰসাদ শইকীয়াই সাহিত্য় আকাডেমি বঁটা লাভ কৰে।
তেওঁৰ প্ৰকাশিত পুথিসমূহ হ’ল ‘মহাৰথী’, ‘নিৰ্বাচিত’, ‘সম্পাদকীয় তোৰে মোৰে আলোকৰে যাত্ৰা’, ‘মেঘমল্লাৰ’, ‘জন্নান্তৰ’, ‘দৃষ্টিকোণ’, ‘সাহিত্য়ৰথী লক্ষীনাথ বেজবৰুৱাৰ সৈতে এটি কাল্পনিক সাক্ষাৎকাৰ আৰু অন্য় ৰচনা’ আদি।
চন্দ্ৰ প্ৰসাদ শইকীয়া ১৯৯৯ চনত অসম সাহিত্য় সভাৰ সভাপতি আছিল।
২০০০ চনত ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ গ্ৰন্থৰ বাবে তেওঁক প্ৰকাশন পৰিষদ বঁটা প্ৰদান কৰা হয়। ২০০২ চনত অসম উপত্য়াকা সাহিত্য় বঁটা লাভ কৰে।
উপসংহাৰ
আশা কৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।