HomeEducationSolutions180+ Important Opposite Words in Assamese - বিপৰীত শব্দ | PDF Download

180+ Important Opposite Words in Assamese – বিপৰীত শব্দ | PDF Download

Opposite Words in Assamese: আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা অসমীয়া ভাষাৰ কিছুমান গুৰুত্বপূৰ্ণ বিপৰীত শব্দ (Opposite Words in Assamese) বিষয়ে সম্পূৰ্ণ জ্ঞান।

অসমীয়া ভাষাত ব্যৱহৃত ১৮১ টা গুৰুত্বপূৰ্ণ বিপৰীত শব্দৰ তালিকা তলত দিয়া হৈছে । সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।

TopicOpposite Words (বিপৰীত শব্দ)
SubjectAssamese Grammar (অসমীয়া ব্যাকৰণ)
Download filePDF format
Websitehttps://assamese.blog/

বিপৰীত শব্দ কি?

কোনো এটা শব্দই আন এটা শব্দৰ অৰ্থৰ বিপৰীত অৰ্থ প্ৰকাশ কৰিলে, তেনে ক্ষেত্ৰত এই শব্দ দুটা ইটোৱে সিটোৰ বিপৰীত শব্দ। উদাহৰণ স্বৰূপে – উচ্চ : নীচ, অসুস্থ : সুস্থ আদি।

Important Opposite Words in Assamese | বিপৰীত শব্দ

Sl. No.Word (শব্দ)Opposite Word (বিপৰীত শব্দ)
1.অধীনস্বাধীন
2.অনুকুলপ্ৰতিকুল
3.অণুবৃহৎ
4.অনুৰাগবিৰাগ
5.অনুগ্ৰহনিগ্ৰহ
6.অতিবৃষ্টিঅনাবষ্টি
7.অধমউত্তম
8.অমৃতগৰল
9.অসুস্থসুস্থ
10.অসভ্যসভ্য
11.অগভীৰগভীৰ
12.অভাৱউভৈনদী
13.অন্তৰবাহিৰ
14.অন্ধদৃষ্টিমান
15.আদৰঅনাদৰ
16.আদানপ্ৰদান
17.আদিঅন্ত
18.আনন্দশোক
19.আপোনপৰ
20.আকাশপাতাল
21.আয়ব্যয়
22.আৱাহনবিসৰ্জন
23.আকৰ্ষণবিকৰ্ষণ
24.আস্তিকনাস্তিক
25.আচামীফৰিয়াদী
26.আপদনিৰাপদ
27.আশানিৰাশা
28.আৰম্ভশেষ
29.উচ্চনীচ
30.উত্তমঅধম
31.উদয়অন্ত
32.উদাৰসংকীৰ্ণ
33.উন্নতঅনুন্নত
34.উপকাৰঅপকাৰ
35.উচিতঅনুচিত
36.উৰ্বৰঅনুৰ্বৰ
38.উৎকৃষ্টনিকৃষ্ট, অপকৃষ্ট
39.উপস্থিতঅনুপস্থিত
40.ঊৰ্দ্ধঅধঃ
41.ঐক্যঅনৈক্য
42.কঠিনসহজ, সৰল
43.কামিলাএলেহুৱা
44.কুটিলসৰল
45.কৃপণখৰচী
46.গধুৰপাতল
47.গৰলঅমৃত
48.গুণদোষ
49.গুৰুশিষ্য
50.জনমমৰণ
51.পৱিত্ৰঅপৱিত্ৰ
52.পাপপুণ্য
53.পৰুষতিৰোতা
54.পোহৰআন্ধাৰ
55.পুৰস্কাৰতিৰস্কাৰ
56.প্ৰশংসানিন্দা
57.বগাক’লা
58.বনৰীয়াঘৰচীয়া
59.বলীদুৰ্বল, নিৰ্বলী
60.ইষ্টঅনিষ্ট
61.ইহলোকপৰলোক
62.পৰিমিতিঅপৰিমিত
63.পাৰ্থক্যসাদৃশ্য
64.প্ৰকৃতঅপ্ৰকৃত
65.প্ৰচুৰঅপ্ৰচুৰ, অলপীয়া
66.প্ৰাচীনআধুনিক
67.পাতলগধুৰ
68.প্ৰত্যক্ষপৰোক্ষ
69.প্ৰাচ্যপাশ্চাত্য, প্ৰতীচ্য
70.প্ৰাকৃতবিকৃত
71.প্ৰৱেশপ্ৰস্থান
72.উত্তমৰ্ণঅধমৰ্ণ
73.এতিয়াতেতীয়া
74.ওপৰততলত
75.দাতাগ্ৰহীতা
76.ককাদেউতাবাইদেউ
77.খাদ্যঅখাদ্য
78.খোৱানোখোৱা
79.গ্ৰহণবৰ্জন
80.গহীনচঞ্চল, উতনুৱা
81.গোপনপ্ৰকাশ
82.চেতনজড়, অচেতন
83.দ্ৰূতমন্থৰ
84.দেৱতাঅসুৰ, দৈত্য, দানৱ
85.নিৰ্মলমলিন
86.নিন্দ্ৰাজাগৰণ
87.নিষ্ঠুৰদয়ালু, মৰমিয়াল
88.নিন্দাস্তুতি, প্ৰশংসা
89.জ্ঞাতঅজ্ঞাত
90.সৰলজটিল, কুটিল
91.সপক্ষবিপক্ষ
92.স্থাৱৰঅস্থাৱৰ
93.সুগমদুৰ্গম
94.সুবিধাঅসুবিধা
95.বন্ধনমুক্তি
96.বদ্ধমুক্ত
97.বিৰহমিলন
98.সুখ্যাতকুখ্যাত
99.বিফলতাসফলতা
100.বিনয়গৰ্ব, দুৰ্বিনয়
101.বৈধঅবৈধ
102.বিৰামঅবিৰাম
103.ভক্তিঅভক্তি
104.ভাইভনী
105.ভূতভৱিষ্যৎ
106.ভোটাচোকা
107.মিহিখহটা
108.মুখ্যগৌণ
109.যোগবিয়োগ
110.শকতখীন, চেৰেলা
111.শান্তঅশান্ত
112.শুভঅশুভ
113.সম্পদবিপদ
114.সন্ধিবিগ্ৰহ, বিসন্ধি
115.সহযোগঅসহযোগ
116.সৱধাবিধৱা
117.সজীৱনিৰ্জীৱ
118.ভালবেয়া
119.তপতচেঁচা, ঠাণ্ডা
120.সুন্দৰকুৎসিত, আপচু
121.স্থিৰঅস্থিৰ
123.হৰণপূৰণ
124.হ্ৰাসবৃদ্ধি
125.উন্মুক্তঅৱৰুদ্ধ
126.পুৰণি
127.ক’লাবগা
128.দিনৰাতি
129.উশৃঙ্খলসুশৃঙ্খল
130.গধুৰপাতল
131.দীঘলচুটি
132.ধনীদুখীয়া
133.দেনাপাওনা
134.জীৱনমৰণ
135.ইচ্ছাঅনিচ্ছা
136.ওখচাপৰ
137.দ’বাম
138.সুখীদুখী
139.সত্ৰুমিত্ৰ
140.গৰমশীত
141.হাঁহিকান্দোন
142.বাহিৰভিতৰ
143.আয়ব্যয়
144.স্বাৰ্থপৰাৰ্থ
145.অলপবেছি
146.জয়পৰাজয়
147.শিক্ষিতঅশিক্ষিত
148.ভদ্ৰঅভদ্ৰ
149.বিদ্বানমূৰ্খ
150.স্বদেশবিদেশ
151.ৰজাপ্ৰজা
152.শোকহৰ্ষ
153.ধৰ্মঅধৰ্ম
154.সৎঅসৎ
155.বাদীবিবাদী
156.যশঅপযশ
157.অভ্যাসঅনভ্যাস
160.মিঠাতিতা
161.টানঢিলা
162.আনন্দনিৰানন্দ
163.জাৰজহ
164.বাওঁসোঁ
165.ভালবেয়া
166.লাভলোকচান
167.সঁচামিছা
168.সৰুডাঙৰ
169.সৃষ্টিধ্বংস
170.স্বৰ্গনৰক
171.হিংসাঅহিংসা
172.ক্ষুদ্ৰবিশাল
173.সন্ধিয়াপুৱা
174.মৃত্যুজীৱন
175.ডেকাবুঢ়া
176.ঢিলাকটকটীয়া
177.দিনৰাতি
178.দৃশ্যঅদৃশ্য
179.ধুনীয়াকুন্ধচ
180.নবীনপ্ৰবীন
181.মূৰ্খপণ্ডিত

Also read: One-word substitutions in Assamese

Tags: Opposite words in Assamese, Assamese opposite words, Assamese grammar opposite words, বিপৰীত শব্দ, Opposite words in Assamese list, অসমীয়া বিপৰীতাৰ্থক শব্দ, Assamese grammar, অসমীয়া বিপৰীত অৰ্থ বুজোৱা শব্দ, অসমীয়া ব্যাকৰণ।

উপসংহাৰ

আশা কৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো (Assamese.Blog) ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related Articles