HomeSolutionsGrammar50+ Important One Word Substitution in Assamese - এটা শব্দত প্ৰকাশ

50+ Important One Word Substitution in Assamese – এটা শব্দত প্ৰকাশ

One Word Substitution in Assamese: আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা অসমীয়া ভাষাৰ কিছুমান গুৰুত্বপূৰ্ণ এটা শব্দত প্ৰকাশ (One Word Substitution in Assamese) বিষয়ে সম্পূৰ্ণ জ্ঞান।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

অসমীয়া ভাষাত ব্যৱহৃত ৫৮টা গুৰুত্বপূৰ্ণ এটা শব্দত প্ৰকাশৰ তালিকা তলত দিয়া হৈছে । সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।

One word substitution in Assamese | এটা শব্দত প্ৰকাশ

Sl. No.Phrase (বাক্যাংশ)One Word (শব্দ)
1.আইৰ ভাই বা ককামোমাই
2.কৰিবলগীয়া কামকৰ্তব্য
3.আনৰ তলতীয়া নোহোৱাস্বাধীন
4.আঞ্জা খাবলা অনা কলপুলিপচলা
5.আহোম ৰজাসকলক সম্বোধন কৰা শব্দস্বৰ্গদেউ
6.আনৰ দোষ দেখা স্বভাৱঅসূয়া
7.আনৰ ভাল দেখিব নোৱাৰাপৰশ্ৰীকাতৰ
8.অতিশয় শীতো নহয় অতিশয় উষ্ণও নহয়নাতিশীতোষ্ণ
9.ঈশ্বৰত যাৰ বিশ্বাস নাইনাস্তিক
10.একে লেঠাৰিয়ে হোৱাধাৰাসাৰ
11.একেখন সমাজত প্ৰচলিত ভাষা আৰু জীৱন ধাৰণৰ ৰীতি-নীতিসংস্কৃতি
12.এটা চকুৰে নেদেখা লোককণা
13.একে গুৰুৰ শিষ্যসতীৰ্থ, হৰি ভকত
14.এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি যায়ঔষধি
15.একে উদৰৰ পৰা বা একে মাকৰ পৰা জন্ম যাৰসহোদৰ, সহোদৰা
16.এটা সন্তান হোৱাৰ পিছত আৰু সন্তান নোহৱা তিৰোতাকাকবন্ধ্যা, বিয়ৈবাঁজী, কাউৰ-বাঁজী
17.ওপজা ঠাইজনমভূমি
18.কাৱৈ মাছৰ সৰু পোঁৱালিকাৱৈ-টিলা
19.কথা কোৱাত পটু লোককথকি
20.কাণেৰে নুশুনা লোককলা
21.কঁঠালৰ সৰু সৰু কলিমুচি
22.কাঁচৰ বাচন গঢ়োঁতাকঁহাৰ
23.কানি খোৱা মানুহকানীয়া
24.কথা কোৱাৰ যি ইচ্ছাবিবক্ষা
25.কাৰো নাম নধৰাকৈ পৰা গালিগুৱাল-গালি
26.খেতি কৰা লোকখেতিয়ক
27.গৰু বন্ধা ঘৰগোহালি
28.গোটােই জীৱন জুৰিআজীৱন
29.গিৰীয়েক মৰা তিৰোতাবিধবা
30.গড়ৈ মাছৰ সৰু সৰু পোৱালিগড়ৈচিৰিকা
31.ঘৰ নাই যাৰঅঘৰী
32.চেলেকি খোৱা বস্তুলেহ্য
33.চোবাই খোৱা বস্তুচব্য
34.জীৱনী শক্তি দান কৰা ঔষধসঞ্জীৱনী
35.ডাকঘৰৰ চিঠি বিলি কৰা মানুহডাক-পিয়ন
36.তাঁত বোৱা মানুহতাঁতী
37.দুয়োটা চকুৰে নেদেখা লোকঅন্ধ
38.দৰমহা নোলোৱাকৈ কাম কৰা মানুহঅবৈতনিক
39.দেশৰ ভালৰ কাৰণে কাম কৰা মানুহদেশকৰ্মী
40.দেশৰ কামত মৃত্যু বৰণ কৰা মানুহশ্বহীদ
41.দেশক ভাল পোৱা মানুহদেশ-ভক্ত, দেশ-প্ৰেমিক
42.দীৰ্ঘকাল জীয়াই থকাদীৰ্ঘজীৱী
43.ধান থোৱা ঘৰভঁৰাল
44.ধানৰ বাকলিতুঁহ
45.ধান ৰোৱা তিৰোতাৰোৱনী
46.ধান দোৱা তিৰোতাদাৱনী
47.নিজে নিজে হোৱাস্বয়ম্ভু
48.নোহোৱা বস্তু যি উলিয়ায়আৱিষ্কাৰক, উদ্ভাৱক
49.নিজৰ ওপৰত যি নিৰ্ভৰ কৰেস্বাৱলম্বী, আত্মনিৰ্ভৰশীল
50.নিজৰ ৰূপ-যৌৱন লৈ গৌৰৱ কৰা তিৰোতামানিনী
51.নিচেই সৰুতে মাক অথবা বাপেক মৰা সন্তানমাউৰা
52.নিচেই সৰুতে মাক-বাপেক মৰা নিৰাশ্ৰয় সন্তানঘাত-মাউৰা
53.পৱিত্ৰ কামত মৃত্যুবৰণ কৰা লোকশ্বহীদ
54.পিতাকৰ ভনীয়েকপেহিয়েক
55.পৰৰ অধিনপৰাধীন
56.পৰৰ মুখলৈ অপেক্ষা কৰা মানুহপৰমুখাপেক্ষী
57.পৰৰ সৌভাগ্য দেখি যি কাতৰ কৰেপৰশ্ৰীকাতৰ
58.পি খোৱা বস্তুপেয়

Tags: One word substitution in Assamese Grammar, এটা শব্দত প্ৰকাশ, one word substitution pdf, one word substitution a to z, one word substitution dictionary, important one word substitution in Assamese, one word substitution trick in Assamese.

উপসংহাৰ

আশাকৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related Articles