HomeEducationSolutionsAir synonyms in Assamese | বতাহৰ প্ৰতিশব্দ

Air synonyms in Assamese | বতাহৰ প্ৰতিশব্দ

Air synonyms in Assamese: আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা বতাহৰ সমাৰ্থক শব্দ বা প্ৰতিশব্দৰ বিষয়ে অসমীয়া ভাষাত সম্পূৰ্ণ জ্ঞান। সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।

Air synonyms in Assamese | বতাহৰ প্ৰতিশব্দ

  • বায়ু
  • বতাহ
  • সমীৰ
  • অনিল
  • সমীৰণ আদি।

Tags: Air Synonyms in Assamese, বতাহ ৰ প্ৰতিশব্দ, air Synonyms, বতাহ ৰ সমাৰ্থক শব্দ, air Synonyms list in Assamese, All synonyms of the air in the Assamese language, air Synonyms in Assamese.

Description: In this post, you get the Synonyms of air in Assamese. বতাহ ৰ সমাৰ্থক শব্দ, Assamese grammar air Synonyms list, বায়ু ৰ প্ৰতিশব্দ.

প্ৰতিশব্দ কি?

কোনো শব্দৰ সলনি ব্যৱহাৰ কৰিব পৰা সেই শব্দৰ সমাৰ্থক অন্য শব্দকে প্ৰতিশব্দ বোলে। একেটা শব্দৰে কেবাটাও প্ৰতিশব্দ থাকিব পাৰে।

More Assamese Synonyms

সূৰ্যঈশ্বৰ
ঘৰঅগ্নি
নদীপদুম ফুল
চন্দ্ৰপৃথিৱী
আকাশঅমৃত
অন্ধকাৰঅতি
অৰ্থনাৰী
কথাপতি
ঋণকিৰণ
মিত্ৰপণ্ডিত

উপসংহাৰ

এইখিনিতে আজিৰ ব্লগ পষ্টটো সমৰিলো। আশা কৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related Articles