HomeEducationSolutionsAssamese Alphabets | অসমীয়া ভাষাৰ বৰ্ণমালা - স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ

Assamese Alphabets | অসমীয়া ভাষাৰ বৰ্ণমালা – স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ

Assamese Alphabets: আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা অসমীয়া ভাষাৰ বৰ্ণমালাৰ বিষয়ে সম্পূৰ্ণ জ্ঞান। কিমান প্ৰকাৰৰ অসমীয়া বৰ্ণমালা আৰু অসমীয়া বৰ্ণমালাৰ প্ৰকাৰ কি কি? সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।

Assamese Alphabets | অসমীয়া ভাষাৰ বৰ্ণমালা

কোনো এটা ভাষা লিখা চিনক বৰ্ণ বা আখৰ বোলা হয়। অসমীয়া ভাষাত মুঠ ৫২ টা বৰ্ণ বা আখৰ আছে। ইয়াৰ ভাগ দুটা – (ক) স্বৰবৰ্ণ আৰু (খ) ব্যঞ্জনবৰ্ণ। এই বৰ্ণ বা আখৰসমূহক একেলগে বৰ্ণমালা বোলা হয়।

স্বৰবৰ্ণ

যিবোৰ বৰ্ণ আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰিত হয় তাকে স্বৰবৰ্ণ বোলা হয়। অসমীয়া ভাষাত মুঠ ১১ টা স্বৰবৰ্ণ আছে।

Assamese Alphabets | অসমীয়া ভাষাৰ বৰ্ণমালা

ব্যঞ্জনবৰ্ণ

যিবোৰ বৰ্ণ স্বৰবৰ্ণৰ সহায় নোলোৱাকৈ নিজে নিজে উচ্চাৰিত নহয়, সেইবোৰ বৰ্ণক ব্যঞ্জনবৰ্ণ বোলা হয়। অসমীয়া ভাষাত মুঠ ৪১ টা ব্যঞ্জনবৰ্ণ আছে।

Assamese Alphabets | অসমীয়া ভাষাৰ বৰ্ণমালা

উপসংহাৰ

আশা কৰো তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো (Assamese.Blog) ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Related Articles