আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা Lotus synonyms in Assamese | পদুম ফুলৰ প্ৰতিশব্দ ৰ বিষয়ে অসমীয়া ভাষাত সম্পূৰ্ণ জ্ঞান। সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।
Lotus synonyms in Assamese | পদুম ফুলৰ প্ৰতিশব্দ
- পদুম ফুল
- উৎপল
- কমল
- শতদল
- পঙ্কজ
- অৰবিন্দ
- সৰোজ
- নলিন
- নলিনী
- শতপত্ৰ
- কোকনদ
- পুণ্ডৰীক
- তামৰস আদি।
Tags: Lotus Synonyms in Assamese, পদুম ফুল ৰ প্ৰতিশব্দ, lotus Synonyms, পদুম ফুল ৰ সমাৰ্থক শব্দ, Lotus Synonyms list in Assamese, All synonyms of the lotus in the Assamese language, lotus Synonyms in Assamese.
Description: In this post, you get the Synonyms of lotus in Assamese. পদুম ফুল ৰ সমাৰ্থক শব্দ, Assamese grammar lotus Synonyms list, পদুম ফুল ৰ প্ৰতিশব্দ.
প্ৰতিশব্দ কি?
কোনো শব্দৰ সলনি ব্যৱহাৰ কৰিব পৰা সেই শব্দৰ সমাৰ্থক অন্য শব্দকে প্ৰতিশব্দ বোলে। একেটা শব্দৰে কেবাটাও প্ৰতিশব্দ থাকিব পাৰে।
More Assamese Synonyms
More Synonyms (প্ৰতিশব্দ) | |
---|---|
সূৰ্য | ঈশ্বৰ |
ঘৰ | অগ্নি |
নদী | চন্দ্ৰ |
সমীৰ | পৃথিৱী |
আকাশ | অমৃত |
অন্ধকাৰ | অতি |
অৰ্থ | নাৰী |
কথা | পতি |
ঋণ | কিৰণ |
মিত্ৰ | পণ্ডিত |
উপসংহাৰ
আশাকৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।