Moon synonyms in Assamese: আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা চন্দ্ৰৰ সমাৰ্থক শব্দ বা প্ৰতিশব্দৰ বিষয়ে অসমীয়া ভাষাত সম্পূৰ্ণ জ্ঞান। সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।
Moon synonyms in Assamese | চন্দ্ৰৰ সমাৰ্থক শব্দ বা প্ৰতিশব্দ
- জোন
- চন্দ্ৰ
- চন্দ্ৰমা
- শশধৰ
- শশাঙ্ক
- নিশাপতি
- সুধাকৰ
- নিশাকৰ
- ইন্দু
- জোনবাই
Moon Meaning in Assamese
Moon: চন্দ্ৰ
চন্দ্ৰ হ’ল পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ।
Description: In this post, you got all Moon synonyms in Assamese, চন্দ্ৰৰ synonyms, চন্দ্ৰৰ প্ৰতিশব্দ. Assamese grammar synonyms (প্ৰতিশব্দ).
প্ৰতিশব্দ কি?
কোনো শব্দৰ সলনি ব্যৱহাৰ কৰিব পৰা সেই শব্দৰ সমাৰ্থক অন্য শব্দকে সমাৰ্থক শব্দ বা প্ৰতিশব্দ বোলে। একেটা শব্দৰে কেবাটাও প্ৰতিশব্দ থাকিব পাৰে। উদাহৰণ স্বৰূপে – ঘৰ: আবাস, আলয়, গৃহ, ভৱন, নিবাস।
More Assamese Synonyms
শব্দ | সমাৰ্থক শব্দ বা প্ৰতিশব্দ |
---|---|
সূৰ্য | ৰবি, বেলি। |
ঘৰ | আবাস, আলয়, গৃহ, ভৱন, নিবাস। |
নদী | স্ৰোতৱতী, তৰঙ্গিনী। |
সমীৰ | বতাহ, বায়ু, পৱন। |
আকাশ | অম্বৰ, গগণ, ব্যোম, শূণ্য। |
অন্ধকাৰ | তিমিৰ, আন্ধাৰ, নিশি। |
অৰ্থ | টকা,সম্পদ, বিত্ত। |
কথা | উক্তি। |
ঋণ | কৰ্জ, দেনা, ধাৰ। |
মিত্ৰ | বন্ধু, বান্ধৱ। |
উপসংহাৰ
এইখিনিতে আজিৰ ব্লগ পষ্টটো সমৰিলো। আশা কৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।