River synonyms in Assamese: আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা নদীৰ সমাৰ্থক শব্দ বা প্ৰতিশব্দৰ বিষয়ে অসমীয়া ভাষাত সম্পূৰ্ণ জ্ঞান। সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।
| Topic | Assamese Synonyms (প্ৰতিশব্দ) |
| Subject | Assamese Grammar (অসমীয়া ব্যাকৰণ) |
| Download file | PDF format |
| Website | https://assamese.blog/ |
River synonyms in Assamese | নদীৰ প্ৰতিশব্দ
- নদী
- নৈ
- সৰিৎ
- স্ৰোতস্বতী
- তটিনী
- তৰঙ্গিণী
- স্ৰোতস্বিনী
- প্ৰৱাহিনী আদি।
Tags: River Synonyms in Assamese, নদীৰ প্ৰতিশব্দ, river Synonyms, নদীৰ সমাৰ্থক শব্দ, river Synonyms list in Assamese, All synonyms of the river in the Assamese language, River Synonyms in Assamese.
Description: In this post, you get the Synonyms of river in Assamese. নদীৰ সমাৰ্থক শব্দ, Assamese grammar river Synonyms list, নদীৰ প্ৰতিশব্দ.
প্ৰতিশব্দ কি?
কোনো শব্দৰ সলনি ব্যৱহাৰ কৰিব পৰা সেই শব্দৰ সমাৰ্থক অন্য শব্দকে প্ৰতিশব্দ বোলে। একেটা শব্দৰে কেবাটাও প্ৰতিশব্দ থাকিব পাৰে। উদাহৰণ স্বৰূপে – ঘৰ: আবাস, আলয়, গৃহ, ভৱন, নিবাস।
More Related Assamese Synonyms
Note: Find out NCERT class 8 – 12 (Science & Mathematics) solutions free PDF notes for Assamese medium students, do visit our NCERT Solution section.
উপসংহাৰ
এইখিনিতে আজিৰ ব্লগ পষ্টটো সমৰিলো। আশা কৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।