আজিৰ এই পষ্টটোত তোমালোকে জানিবলৈ পাবা States And Capitals of India in Assamese ভাৰতৰ ৰাজ্যসমূহ, ইহঁতৰ ৰাজধানীসমূহ আৰু মুঠ জিলাৰ সংখ্যা ২০২০ চনৰ লোকপিয়ল অনুসৰি ।সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।
States And Capitals of India in Assamese | ভাৰতৰ ৰাজ্যসমূহ আৰু ইহঁতৰ ৰাজধানীসমূহ
বৰ্তমানে ২০২১ ত ভাৰতবৰ্ষৰ মুঠ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ইয়াৰ উপৰি এখন ৰাট্ৰীয় ৰাজধানী অঞ্চল দিল্লী আছে।
ভাৰতৰ ৰাজ্যসমূহ, ইহঁতৰ ৰাজধানী আৰু জিলাৰ সংখ্যা
ৰাজ্য | ৰাজধানী | জিলাৰ সংখ্যা |
---|---|---|
অন্ধ্ৰপ্ৰদেশ | হায়দৰাবাদ | ১৩ |
অৰুণাচল প্ৰদেশ | ইটানগৰ | ২৫ |
অসম | দিছপুৰ (গুৱাহাটী) | ৩৪ |
উত্তৰ প্ৰদেশ | লক্ষ্ণৌ | ৭৫ |
উত্তৰাখণ্ড | ডেৰাদুন | ১৩ |
উৰিষ্যা | ভুবনেশ্বৰ | ৩০ |
কৰ্ণাটক | বাংগালুৰু | ৩১ |
কেৰালা | তিৰুৱনন্তপুৰম | ১৪ |
গুজৰাট | গান্ধীনগৰ | ৩৩ |
গোৱা | পানাজি | ২ |
চত্তিগড় | ৰায়পুৰ | ২৮ |
ছিকিম | গেংটক | ৪ |
ঝাৰখণ্ড | ৰাঁচি | ২৪ |
তামিলনাডু | চেন্নাই | ৩৮ |
তেলেঙ্গানা | হায়দৰাবাদ | ৩১ |
ত্ৰিপুৰা | আগৰতলা | ৮ |
নাগালেণ্ড | কহিমা | ১২ |
পঞ্জাৱ | চণ্ডীগড় | ২২ |
পশ্চিমবংগ | কলকাতা | ২৩ |
বিহাৰ | পাটনা | ৩৮ |
মণিপুৰ | ইম্ফল | ১৬ |
মধ্যপ্ৰদেশ | ভূপাল | ৫২ |
মহাৰাট্ৰ | মুম্বাই | ৩৬ |
মিজোৰাম | আইজল | ১১ |
মেঘালয় | ছিলং | ১১ |
ৰাজস্থান | জয়পুৰ | ৩৩ |
হাৰিয়ানা | চণ্ডীগড় | ২২ |
হিমাচল প্ৰদেশ | ছিমলা | ১২ |
ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ (Union Territories)
কেন্দ্ৰীয় শাসিত অঞ্চল | ৰাজধানী | জিলাৰ সংখ্যা |
---|---|---|
আন্দামান আৰু নিকোবৰ দ্বিপপুঞ্জ | পোৰ্টব্লেয়াৰ | ৩ |
চণ্ডীগড় | চণ্ডীগড় | ১ |
দমন আৰু দিউ | দমন | ২ |
দাদৰা আৰু নগৰ হাভেলি | ছিলভাছা | ১ |
পুডুচেৰী | পণ্ডিচেৰী | ৪ |
লাক্ষাদ্বীপ | কাৱাৰাথী | ১ |
জম্মু আৰু কাশ্মীৰ | শ্ৰীনগৰ আৰু জম্মু | ২০ |
লাডাখ | লেহ আৰু কাৰ্গিল | ২ |
ৰাট্ৰীয় ৰাজধানী অঞ্চল (National Capital Territory)
ৰাট্ৰীয় ৰাজধানী অঞ্চল | ৰাজধানী | জিলাৰ সংখ্যা |
---|---|---|
দিল্লী | দিল্লী | ১১ |
যদি তোমালোকে এই তথ্যখিনিৰ PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলত দিয়া Download Button টো Click কৰি PDF Download কৰিব পাৰিবা।
উপসংহাৰ
আশাকৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।