Sun Synonyms in Assamese: আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা সূৰ্যৰ সমাৰ্থক শব্দ বা প্ৰতিশব্দৰ বিষয়ে অসমীয়া ভাষাত সম্পূৰ্ণ জ্ঞান। সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।
Sun synonyms in Assamese | সূৰ্যৰ সমাৰ্থক শব্দ বা প্ৰতিশব্দ
- বেলি
- ৰবি
- দিবাকৰ
- ভানু
- দিনমণি
- দিনপতি
- দিনকৰ
- আদিত্য
- ভাস্কৰ
- দিননাথ
- তপন
- প্ৰভাকৰ
- অৰুণ
- অৰ্ক
Sun Meaning in Assamese
Sun: সূৰ্য
Description: In this post, you get the Synonyms of Sun in Assamese. সূৰ্যৰ সমাৰ্থক শব্দ, Assamese grammar sun Synonyms list, সূৰ্যৰ সমাৰ্থক শব্দ বা প্ৰতিশব্দ.
প্ৰতিশব্দ কি?
কোনো শব্দৰ সলনি ব্যৱহাৰ কৰিব পৰা সেই শব্দৰ সমাৰ্থক অন্য শব্দকে প্ৰতিশব্দ বোলে। একেটা শব্দৰে কেবাটাও প্ৰতিশব্দ থাকিব পাৰে। উদাহৰণ স্বৰূপে – ঘৰ: আবাস, আলয়, গৃহ, ভৱন, নিবাস।
More Assamese Synonyms
শব্দ | সমাৰ্থক শব্দ বা প্ৰতিশব্দ |
---|---|
চন্দ্ৰ | জোন। |
ঘৰ | আবাস, আলয়, গৃহ, ভৱন, নিবাস। |
নদী | স্ৰোতৱতী, তৰঙ্গিনী। |
সমীৰ | বতাহ, বায়ু, পৱন। |
আকাশ | অম্বৰ, গগণ, ব্যোম, শূণ্য। |
অন্ধকাৰ | তিমিৰ, আন্ধাৰ, নিশি। |
অৰ্থ | টকা,সম্পদ, বিত্ত। |
কথা | উক্তি। |
ঋণ | কৰ্জ, দেনা, ধাৰ। |
মিত্ৰ | বন্ধু, বান্ধৱ। |
উপসংহাৰ
এইখিনিতে আজিৰ ব্লগ পষ্টটো সমৰিলো। আশা কৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।