What is the state song of Assam?
O Mur Apunar Dexh is the state song of Assam, India. It was officially adopted as the state song of Assam at the Assam Student Conference held in Tezpur in 1927. This song was written by Lakshminath Bezbaruwa and attuned by Kamala Prasad Agarwala.
O Mur Apunar Desh (অ’ মোৰ আপোনাৰ দেশ)
অ’ মোৰ আপোনাৰ দেশ ।
অ’ মোৰ চিকুনী দেশ ।।
এনেখন সুৱলা, এনেখন সুফলা
এনেখন মৰমৰ দেশ।
অ’ মোৰ সুৰীয়া মাত
অসমৰ সুৱদি মাত
পৃথিৱীৰ কতো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত।
অ’ মোৰ ওপজা ঠাই।
অ’ মোৰ অসমী আই।।
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই।।
————-
English Pronunciation
O mur apunar desh
O mur sikuni desh
Enekhon suwola, enekhon suphola
Enekhon moromor desh
O mur suriya mat
Asomor suwodi mat
Prithiwir kotu bisari zonomtu
Nupuwa korileu pat
O mur upoza thai
O mur asomi ai
Sai loo ebar mukhoni tmar
Hepah mur poluwa nai
———-
‘অ’ মোৰ আপোনাৰ দেশ…’ শীৰ্ষক গীতটি অসমৰ জাতীয় সংগীতৰূপে ১৯২৭ চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনত গ্ৰহণ কৰা হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা এই গীতটি ‘মোৰ দেশ’ নামেৰে ১৯০৯ চনত ‘বাঁহী’ আলোচনীত প্ৰথম প্ৰকাশ পাইছিল। গীতটিৰ সুৰকাৰ আছিল কমলাপ্ৰসাদ আগৰৱালা।
উপসংহাৰ
আশাকৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।