আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা WWW Full Form in Assamese | WWW কি? WWW ৰ বিষয়ে অসমীয়া ভাষাত সম্পূৰ্ণ জ্ঞান। সকলোবিলাক ভালদৰে জানিবলৈ আজিৰ এই বিষয়ে ব্লগ পষ্টটো শেষলৈ পঢ়িবা।
WWW Full Form in Assamese | WWW কি?
WWW Full Form in Assamese? বা What is WWW? তোমালোকে যেতিয়া Online কিবা Search কৰা তেতিয়া কোনো ৱেবছাইটৰ পেজ খোলতে দেখিছা ছাগে তিনিটা WWW। উদাহৰণস্বৰূপে আমাৰ ব্লগ Address “https://www.assamese.blog/ ” টোৱে চাব পাৰা।
কিন্তু কেতিয়াবা ভাবিছানে এই তিনিটা WWW মানে কি? আৰু ইয়াৰ সম্পুৰ্ণ অৰ্থ কি?
আজিৰ এই ব্লগ পষ্টটোত তোমালোকে জানিব পাৰিবা WWW ৰ Full-Form আৰু WWW ৰ সম্পুৰ্ণ অৰ্থ কি?
WWW ৰ সম্পুৰ্ণ অৰ্থ কি?
WWW ৰ Full-Form হ’ল World Wide Web (ৱৰ্ল্ড ৱাইড ৱেব)। এই তিনিটা WWW শব্দৰ সমষ্টি বৰ্তমান সময়ত ইন্টাৰনেটৰ ক্ষেত্ৰত বহুলভাৱে ব্যৱহৃত হয়।
WWW ৰ জন্ম কেনেকৈ হ’ল?
কুৰি শতিকাৰ নব্বৈৰ দশকত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত ‘ইউৰোপিয়ান চেন্টাৰ ফৰ নিউক্লিয়াৰ ৰিছাৰ্চত’ এই শব্দটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
বিজ্ঞানীসকলে তেওঁলোকৰ দ্বাৰা সংগৃহীত তথ্যসমূহ পৰস্পৰে পৰস্পৰক জনোৱাৰ পৰিবেশক এই শব্দটোৰে বুজোৱা হৈছিল।
WWW ৰ কাম কি?
ইন্টাৰনেটত যিকোনো ঠিকনা বুজাবৰ বাবে প্ৰথমে এই তিনিটা বৰ্ণ WWWৰ ব্যৱহাৰ হয়।
WWW য়ে সমগ্ৰ বিশ্বৰ নিৰ্দিষ্ট কম্পিউটাৰ আৰু কম্পিউটাৰ ব্যৱহাৰকাৰীক সামৰি এক অদৃশ্য জালিকাৰ সৃষ্টি কৰিছে। সকলো ইন্টাৰনেট ব্যৱহাৰকাৰী এই জালিকাৰ এক অংশ।
উপসংহাৰ
আশাকৰোঁ তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন।